Home ৰাজ্যকোকৰাঝাৰত CAAৰ বিৰুদ্ধে নাথ যোগী ছাত্ৰ সন্থা-আছাৰ যৌথ অনশন

কোকৰাঝাৰত CAAৰ বিৰুদ্ধে নাথ যোগী ছাত্ৰ সন্থা-আছাৰ যৌথ অনশন

by News Desk
A+A-
Reset
protst kok

কোকৰাঝাৰঃ  ভোগালীৰ আনন্দ উলাহৰ মাজতো ৰাজ্যত ব্যাপক ৰূপত “কা” বিৰোধী প্ৰতিবাদ অব্যাহত আছে। জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি কোকৰাঝাৰত “কা” বাতিল আৰু জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই যৌথভাৱে ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰিছে৷

কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ওচৰত থকা শিশু উদ্যানত আজি ৰাতিপুৱা ১১ বজাৰ পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু নাথ যোগী ছাত্ৰ সন্থাৰ দুই শতাধিক নেতা,সদস্যই হাতে হাতে প্লেকাৰ্ড লৈ অনশনত অংশগ্ৰহণ কৰি অবিলম্বে “কা” বাতিল কৰাৰ লগতে জনগোষ্ঠীদুটাক জনজাতিকৰণ কৰিবলৈ দাবী উত্থাপন কৰে। অনশনথলীত অনশনকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান নিক্ষেপ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0