69
তেজপুৰঃ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বালিপৰা বনাঞ্চলত সোমবাৰে সৰ্পমানৱ সৌৰভ বৰকটকীয়ে মুকলি কৰে প্ৰায় ১৪.২ ফুট দীঘল এডাল প্ৰকাণ্ড অজগৰ সাপ।
তেজপুৰৰ পৰুৱাৰপৰা সৰ্পমানব ৰূপে খ্যাত সৌৰভ বৰকটকীয়ে বনবিভাগৰ সহযোগত উদ্ধাৰ কৰিছিল প্ৰকাণ্ড অজগৰডাল।