53
ধিংঃ নগাঁও জিলাৰ ধিঙৰ দুই নং কান্ধুলীমাৰীত স্বামীয়ে পত্নীক দাৰে ঘপিয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত৷
জানিব পৰা মতে, চাহজাহান আলি নামৰ লোকজনে পত্নী ৰুমিণা খাতুনক দাৰে ঘপিয়াই হত্যা কৰে৷ চাহজাহান আলিয়ে প্ৰায়ে পত্নী ৰুমিণা খাতুনৰ সৈতে কাজিয়াত লিপ্ত হৈ আহিছিল৷