Home দেশপূৰ্বেই বিবাহিত, পুনৰ বিয়াৰ প্ৰলোভন দি ধৰ্ষণ যুৱতীক

পূৰ্বেই বিবাহিত, পুনৰ বিয়াৰ প্ৰলোভন দি ধৰ্ষণ যুৱতীক

by News Desk
49 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ নাৰী নিৰ্যাতন আৰু ধৰ্ষণ প্ৰতিৰোধ কৰিবলৈ চৰকাৰ প্ৰশাসনে নতুন নতুন আইন প্ৰণয়ন কৰিছৗে। কিন্তু তাৰ পিছতো ধৰ্ষণৰ মাত্ৰা ৰোধ হোৱা নাই। প্ৰতিদিনে ধৰ্ষণৰ বাতৰিয়ে সংবাদ মাধ্যমত স্থান লাভ কৰাৰ লগতে নাৰী জাতিক নিজৰ সুৰক্ষাৰ প্ৰতি উদ্বিগ্ন কৰি তুলিছে। প্ৰতিদিনে পুৰুষৰ প্ৰতাৰণা, লাঞ্চনাৰ বলি হৈ আহিছে নাৰী জাতি৷ শেহতিয়াকৈ পুৰুষৰ প্ৰতাৰণাৰ বলি হোৱা এগৰাকী নাৰীৰ কথা পোহৰলৈ আহিছে৷

মহিলা চফটৱেৰ প্ৰফেচনেল নামৰ সংস্থাৰ অভিযোগৰ ভিত্তিত শুকুৰবাৰে হায়দৰাবাদৰ এজন পানদোকানীক আৰক্ষীয়ে আটক কৰে৷ ধৃত দোকানী জনৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ নং ধাৰাত ধৰ্ষণৰ আৰু ৪১৭ নং ধাৰাত বিস্বাসঘাতকতাৰ গোচৰ ৰুজু কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0