56
নতুন দিল্লীঃ ফেচবুক-টুইটাৰত ছেলফি, ফটোৰ জৰিয়তে সততে চৰ্চিত এগৰাকী মহিলা আইএএছ। নাম বি চন্দ্ৰকলা। ছ’চিয়েল মিডিয়াৰ এইগৰাকী ষ্টাৰ সুন্দৰী আইএএছ বিষয়া এতিয়া চৰ্চাত আছে চিবিআইৰ অভিযানক লৈ।
যোৱা ৫ জানুৱাৰীত চন্দ্ৰকলাৰ লক্ষ্নৌস্থিত বাসগৃহত অভিযান চলাই কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে। প্ৰায় দুই ঘণ্টা ধৰি বিষয়াগৰাকীৰ বাসগৃহত আভিযান অব্যাহত ৰাখে চিবিআইয়ে।