54
নতুন দিল্লীঃ ইখনৰ পাছত সিখন খেল প্ৰদৰ্শন চমকেৰে দৰ্শকৰ মন জয় কৰিছে ভাৰতীয় ক্ৰিকেট দলে৷ আইচিচি বিশ্বকাপত বিশ্বকাপত কাইলৈ অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত হাই ভল্টেজ মেচ।
দেওবাৰে যদি ভাৰতে জয়লাভ কৰে তেন্তে ছেমিফাইনেলত প্ৰৱেশ কৰিব পাৰিব৷ কিন্তু মিডল অৰ্ডাৰৰ বেটিং লাইনে এতিয়া বাৰুকৈয়ে চিন্তাত পেলাইছে ভাৰতীয় দলৰ মেনেজমেণ্টক।