Home দেশপুলবামাত আকৌ সেনাৰ ওপৰত সন্ত্ৰাসৱাদীৰ ভয়ঙ্কৰ আক্ৰমন

পুলবামাত আকৌ সেনাৰ ওপৰত সন্ত্ৰাসৱাদীৰ ভয়ঙ্কৰ আক্ৰমন

by News Desk
A+A-
Reset
bc2ad479-63e3-469a-89de-83a22715760f

জম্মু-কাশ্মীৰঃ যোৱা ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত চি আৰ পি এফৰ জোৱানৰ কনভয়ত ঘটোৱা ভয়ঙ্কৰ আক্ৰমনৰ পিচত সন্ত্ৰাসৱাদীয়ে আজি আকৌ সেই পুলৱামাতেই সেনাৰ এটা কনভয়ৰ ওপৰত বিস্ফোৰেকেৰে এক অতি ভয়ঙ্কৰ আক্ৰমন সংঘটিত কৰে৷ এই পৰ্য্যন্ত ৯ গৰাকী জোৱান আহতৰ হোৱাৰ বাতৰি আহিছে৷ বিশেষ সূত্ৰৰ খৱৰ মতে দুয়োপক্ষৰ মাজত তীব্ৰ গুলীয়া-গুলী চলি আছে৷

blank

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0