55
বালিপৰাঃ ৰাজ্যখনত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চোৰাং কাঠৰ অবৈধ বেহা। ৰাজ্যখনৰ একাংশ চোৰাং কাঠৰ ব্যৱসায়ীয়ে বনাঞ্চলসূহৰ মূল্যবান গছ কাটি তহিলং কৰি আহিছে৷ যাৰ ফলত সংকুচিত হৈ আহিছে বনাঞ্চলসমূহ।
সোমবাৰে নিশা চাৰিদুৱাৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যলয়ৰ বন কৰ্মী সকলে অভিযান চলাই প্ৰায় ৩ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।