Home ৰাজ্যচামগুৰিত চোৰাং আগৰ কাঠ কঢ়িওৱা ট্ৰাকৰ লগত যাত্ৰীবাহী ট্ৰেভেলাৰৰ মুখা-মুখী সংঘৰ্ষ,শিশুসহ দুজন নিহত

চামগুৰিত চোৰাং আগৰ কাঠ কঢ়িওৱা ট্ৰাকৰ লগত যাত্ৰীবাহী ট্ৰেভেলাৰৰ মুখা-মুখী সংঘৰ্ষ,শিশুসহ দুজন নিহত

by News Desk
A+A-
Reset
samuguri1

নগাঁৱঃ নগাঁৱৰ চামগুৰিৰ গটঙাত দেওবাৰে পুৱাই সংঘটিত এক পথ দুৰ্ঘটনাই সম্প্ৰতি শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে। এখন আগৰ কাঠ ভৰ্তি ট্ৰাক আৰু নগাঁৱৰ পৰা তেজপুৰ অভিমুখী এখন যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ট্ৰেভেলাৰ খনৰ চালক সহ এটি শিশু থিতাতে নিহত হোৱাৰ উপৰিও পোন্ধৰ জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হব লগীয়া হয়। নিহত হোৱা ট্ৰেভেলাৰ খনৰ চালক গৰাকী চামগুৰিৰ শিঙীয়াৰ সুৰেণ মজুমদাৰ বুলি চিনাক্ত কৰাৰ লগতে থিতাতে নিহত শিশুটি মুজ্জামিল বুলি চিনাক্ত কৰিছে আত্মীয়ই। 

ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত সকলো যাত্ৰীকে ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে। উল্লেখ্য যে, দূৰ্ঘটনা সংঘটিত হোৱাৰ কিছুসময়ৰ পাছতেই দূৰ্ঘটনাস্থলীত পোহৰলৈ আহে আন এক চাঞ্চ্যলকৰ ঘটনা। দূৰ্ঘটনাটোত পতিত হোৱা এ এছ ০৩ বি চি ১০৪১ নম্বৰৰ ট্ৰাকখনে কঢ়িয়াই আনিছিল বৃহৎ পৰিমাণৰ আগৰ কাঠ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0