Home ৰাজ্যকাজিৰঙাত দুই দুৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ,গড় চিকাৰ কৰিবলৈ আহিছিল

কাজিৰঙাত দুই দুৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ,গড় চিকাৰ কৰিবলৈ আহিছিল

by News Desk
A+A-
Reset
4a9ff8fc-1d2e-43b1-ba36-5692fb1a9ee1

কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ দৈৱক্ৰমেহে প্ৰাণ ৰক্ষা পৰিল অসম গৌৰৱ তথা বিশ্বখ্যাত এশিঙিয়া গঁড়ৰ ৷ ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যা কৰাৰ মানসেৰে প্ৰৱেশ কৰিবলৈ লওঁতেই নাটকীয়ভাৱে অস্ত্ৰ-শস্ত্ৰসহ দুটা দুৰ্ধৰ্ষ চোৰাং চিকাৰীক বোকাখাত আৰক্ষীয়ে বনবিভাগৰ সহযোগত  কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ 

পূৰ্বৰ জখলাবন্ধা আৰক্ষী থানাৰ সুদক্ষ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা বৰ্তমান বোকাখাত আৰক্ষী থানাৰ সহকাৰী পৰিদৰ্শক দেৱেন বৰাৰ নেতৃত্বত যোৱা আৰক্ষী আৰু বনবিভাগৰ এটা দলে কাজিৰঙাৰ শিলজুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে বিনোদ কৰ্মকাৰ আৰু কৃষ্ণ কৰ্মকাৰ নামৰ দুটা দুৰ্ধৰ্ষ চোৰাং চিকাৰীক ৷ উল্লেখযোগ্য যে, পূৰ্বতেও একাধিকবাৰ গঁড় হত্যাৰ ঘটনাৰ সৈতে জড়িত আছিল বিনোদ কৰ্মকাৰ আৰু কৃষ্ণ কৰ্মকাৰ নামৰ এই দুটা দুৰ্ধৰ্ষ চোৰাং চিকাৰী ৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0