59
ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত আজি পুৱাৰে পৰা বেজীক লৈ উৰাবাতৰি বিয়পি পৰাৰ লগে লগে আতংকগ্ৰস্ত হৈ পৰে অভিভাৱকসকল৷
জানিব পৰা মতে, জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত জাপানীজ এনকেফেলাইটিছৰ নামত বেজী প্ৰদান কৰাৰ ফলত হাওৰাঘাট খণ্ড স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ডকমকাত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী মৃত্যু বৰণ কৰা আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰা বুলি গুজৱ ওলায়।