81
ডিজিটেল ডেস্কঃ ভাৰতীয় নাগৰিকৰ যৌন আকাংক্ষা মুঠেও নাই। যৌনতাৰ প্ৰতি এই দেশৰ লোকসকল মুঠেও আকৰ্ষিত নহয়। মুঠতে ভাৰতবৰ্ষত যৌনতা নিষিদ্ধ। তিক্ত হৈ এই কটাক্ষ কৰিছে অভিনেত্ৰী বিদিতা বাগে।
তেওঁ অভিনয় কৰিছে ‘বাবুমছাই বন্দুকবাজ’ নামৰ ছবিখনত। হিন্দী চলচ্চিত্ৰখনে অহা ২৫ আগষ্টত মুক্তিলাভ কৰিব। ছবিখনৰ নায়ক হৈছে নৱাজুদ্দিন ছিদ্দিকী। কিন্তু মুক্তিৰ পূৰ্বে ছবিখনৰ পৰিচালক কুশান নন্দী উদ্বিগ্ন হৈ পৰিছে।