86
মোৰাঝাৰঃ বুনিয়াদী শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে হোজাই জিলাৰ মোৰাঝাৰৰ কৰৈজাৰত দেওবাৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উদ্ধোধন কৰা হয়৷
চানৰাইজ একাডেমী নামৰ অসমীয়া মাধ্যমৰ বিদ্যালয় খন উদ্বোধন কৰে মোৰাঝাৰৰ সমাজসেৱী বিলাল উদ্দিন, ছাত্ৰ নেতা এজাজুল হক, ৰশ্বিদ আহমেদে৷