Home ৰাজ্যঅৰুণাচলত সেনাৰ অভিযান, অস্ত্ৰ সহ জালত পৰিল NSCN-Rৰ ২ কেডাৰ

অৰুণাচলত সেনাৰ অভিযান, অস্ত্ৰ সহ জালত পৰিল NSCN-Rৰ ২ কেডাৰ

by News Desk
52 views
A+A-
Reset

মাৰ্ঘেৰিটাঃ অৰুণাচলত সেনাৰ অভিযানত অস্ত্ৰ সহ জালত পৰিল NSCN-Rৰ দুই কেডাৰ৷ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ লংটয় নামৰ ঠাইত সেনাই অভিযান চলাই লংটয় গাঁৱৰ হেপৱেং মনগ্ৰেইৰ পুত্ৰ এন মুনগ্ৰেই আৰু চিদাং চেনাৰ পুত্ৰ জংচাম চেনাক অস্ত্ৰ আৰু এখন বাইক সহ আটক কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, অঞ্চলত পূৰ্বৰ পৰাই উগ্ৰপন্থীৰ বিচৰণ কৰাৰ খবৰ লাভ কৰি গোপন অভিযান অব্যাহত ৰাখিছল সেনাই৷ এখন নম্বৰ প্লেট বিহীন বাইকত গৈ থকা অৱস্থাত সেনাই যুৱক দুজনক ৰব দিয়াৰ সময়তে জংচাম চেনাই বাইকৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰে যদিও সেনাই পিছত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0