Home দেশজম্মু-কাশ্মীৰত পাক সন্ত্ৰাস অব্যাহত, নিহত বিএছএফৰ জোৱান

জম্মু-কাশ্মীৰত পাক সন্ত্ৰাস অব্যাহত, নিহত বিএছএফৰ জোৱান

by News Desk
50 views
A+A-
Reset

ডিজিটেল ডেস্কঃ পাকিস্তানৰ হেলিকপ্তাৰ ভাৰতৰ লাইন অব কণ্ট্ৰোলত প্ৰৱেশ কৰাৰ উপক্ৰম হোৱাৰ এদিন পিছতেই বৃহস্পতিবাৰে পাকিস্তানে জম্মু-কাশ্মীৰত পুনৰবাৰ যুদ্ধবিৰতি উলংঘন কৰাৰ কথা জানিব পৰা গৈছে৷ পাক সেনাই জম্মু-কাশ্মীৰৰ ওৰি খণ্ডৰ আন্তৰ্জাতিক সীমান্ত ৰেখাত থকা ভাৰতীয় সেনা চাউনীত অতৰ্কিতে গুলীবৰ্ষণ কৰে৷ 

এই গুলিবৰ্ষণৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাও দিয়ে বুলি জানিব পৰা গৈছে৷ সীমা সুৰক্ষা বলৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে, বাৰামুল্লা জিলাৰ ওৰি খণ্ডৰ হাজিপীৰ এলেকাত অকাৰণত পাক সেনাই যুদ্ধবিৰতি উলংঘা কৰি গুলীবৰ্ষণ কৰে৷ পাকিস্তানে চলোৱা এই আক্ৰমণত বিএছএফৰ জোৱান সুনীল কুমাৰ মুৰ্মূ ছহিদ হোৱা বুলি জানিব পৰা গৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0