68
বাহকাবাৰীঃ সমগ্র ৰাজ্যৰ লগতে নগাঁৱৰ কামপুৰতো স্বাধীনতা দিৱস পালন কৰা হয়৷
কামপুৰৰ বগলাজান পঞ্চায়ত কাৰ্যালয়, কাকতিগাঁও মাদ্ৰাছা, বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাহাকাবাৰী শংকৰদেৱ শিশু নিকেতন, বি কে ভি এম ই স্কুল আৰু গুইমাৰী অঞ্চলৰ ৰাজহুৱা প্ৰতিষ্ঠানত পতাকা উত্তোলনৰে ৭১ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰা হয়।