52
বৰক্ষেত্ৰীঃ নলবাৰী জিলাৰ মুকালমুৱাতো উলাহ-মালহেৰে পালন কৰা হয় স্বাধীনতা দিৱস৷
মুকালমুৱাস্থিত দেশভক্ত মৈদামত বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ আত্ম সহায়ক গোট, বিদ্যালয় সমূহৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী লগতে ৰাইজৰ উপস্থিতিত কেন্দ্ৰীয় ভাৱে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে মুকালমুৱাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ৰক্তিম বৰুৱাই।