52
চাবুৱাঃ চাবুৱাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উলাহ-মালহেৰে স্বাধীনতা দিৱস পালন কো দেখা যায়। চাবুৱাৰ আগশাৰীৰ শিক্ষানুষ্ঠান মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো স্বাধীনতা দিৱস পালন কৰা হয়। বিদ্যালয়ত ৩ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় স্বাধীনতা দিৱস।
আজি পূৱা ৮ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হিৰন্য গোঁহাই সেনাপতিয়ে। শ্বহীদ তৰ্পন কৰে ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পি পি শইকীয়াই।