70
ধুবুৰীঃ স্বাধীন ভাৰতৰ গৰিমামণ্ডিত আজিৰ দিনটোত গৌৰীপুৰ চহৰতো উলহ-মালহৰে পালন কৰা হয় ৭১তম্ স্বাধীনতা দিৱস৷
গৌৰীপুৰ চহৰৰ মহামায়া খেলপথাৰ, বীনামন্দিৰ ক্লাব আৰু আন আন বিভিন্ন প্ৰান্তত পতাকা উত্তোলেনেৰে স্বাধীনতা দিৱস পালন কৰা হয়৷