77
জয়সাগৰঃ সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো উলহ-মালহেৰে পালন কৰা হয় স্বাধীনতা দিৱস। জিলাৰ প্ৰশাসনে শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত পালন কৰে ৭১সংখ্যক স্বাধীনতা দিৱস।
জিলাখনৰ উপায়ুক্ত নাৰায়ণ মেলেং কোঁৱৰে পতাকা উত্তোলন কৰি জিলাখনত ৰূপায়ণ হৈ থকা আৰু ৰূপায়ণ হ’বলগীয়া বিভিন্ন জনকল্যাণ মূলক আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে।