Home ৰাজ্যবায়ু সেনাৰ কৃতিত্বত নলবাৰীত অখিল ভাৰতীয় বিদাৰ্থী পৰিষদৰ ফটকা ফুটাই বিজয় উল্লাস

বায়ু সেনাৰ কৃতিত্বত নলবাৰীত অখিল ভাৰতীয় বিদাৰ্থী পৰিষদৰ ফটকা ফুটাই বিজয় উল্লাস

by News Desk
A+A-
Reset
98a28e3f-09bb-43d8-a56f-26ceb4b445b2

নলবাৰীঃ অখিল ভাৰতীয় বিদাৰ্থী পৰিষদ নলবাৰী নগৰ শাখাৰ উদ্যোগত আজি পাকিস্তানত যি ভাৰতীয় বায়ু সেনাই এয়াৰ ষ্টাইক কৰি পাকিস্তানক ধৰাসায়ী কৰিলে তাৰেই আনন্দত ফটকা-ফুটাই বিজয় উৎসৱ পালন কৰে।

লগতে আজি পাকিস্তানৰ বিমান LOC পাৰ কৰি ভাৰতত প্ৰবেশ কৰাত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বিমানখন ধ্বংস কৰে । সংগঠনটোয়ে ভাৰতীয় সেনা জিন্দাবাদ, ভাৰত মাতা কী জয় ধ্বনিৰে নলবাৰী কলেজ চ’ক ত বিজয় উৎসৱ পালন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0