Home ৰাজ্যভাৰতীয় সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা, ১৭ মাহত ৭ জনক হত্যা, ১৩৮ত ফ্ৰিডম ইনডেক্স

ভাৰতীয় সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা, ১৭ মাহত ৭ জনক হত্যা, ১৩৮ত ফ্ৰিডম ইনডেক্স

by News Desk
82 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতত সাংবাদিক হত্যাৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পোৱা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰা ৰিপটাৰ্ছ উইদাউত বৰ্ডাৰ্ছ সংগঠনটোৰ শেহতীয়া প্ৰতিবেদনত প্ৰতিফলিত হৈছে ভাৰতীয় সংবাদ জগতৰ এক ভয়ংকৰ শংকাকূল পৰিস্থিতিৰ। সংবাদ মাধ্যমৰ স্বাধীনতা সন্দৰ্ভত আন্তর্জাতিক স্বেচ্ছাসেৱী সংস্থাটোৰ বুধবাৰে প্ৰকাশিত প্ৰতিবেদন যোগে ভাৰতৰ সাংবাদিকক সতৰ্ক কৰি দিছে- ‘ভাৰতত সাংবাদিকৰ জীৱন বিপদসংকূল!’ 

বিগত ১৭ মাহত ভাৰতত ৭ গৰাকী সাংবাদিকক হত্যা কৰা হৈছে৷ তদুপৰি উদ্বেগজনক হাৰত ভাৰতত বৃদ্ধি হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা৷ আৰএছএফৰ প্ৰতিবেদন মতে ২০১৭ চনত কেৱল পেচাগত কাৰণত কমেও তিনিজন সাংবাদিকৰ মৃত্যু হৈছে৷ ২০১৮ চনৰ প্ৰথম ৬ মাহত আৰু ৪ গৰাকী সাংবাদিকে প্ৰাণ হেৰুৱাইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0