63
newsnextone.com | ডিজিটেল ডেস্কঃ ঈদৰ আনন্দত ১০০গৰাকী লোকৰ সৈতে চেনেহৰ আলিংগন কৰি বিপদত পৰিল আলীশা মালিক নামৰ এগৰাকী যুৱতী৷ ঈদৰ বাবে আয়োজন কৰা অনুষ্ঠানত মুৰাদাবাদৰ যুৱতীগৰাকীয়ে এশগৰাকী লোকক আলিংগন কৰিছিল৷
যাৰ বাবে বিপদত পৰিছে যুৱতীগৰাকীয়ে৷ যুৱতীগৰাকীৰ বিৰুদ্ধে নিজ পৰিয়াল আৰু ধৰ্মকলৈ ধেমালি কৰা বুলি অভিযোগ উত্থাপন কৰে৷ একাংশ লোকে ছ’চিয়েল মিডিয়া যোগে সংবাদ মাধ্যমত প্ৰচাৰ বিচাৰি ঈদৰ দৰে পবিত্ৰ দিনত এই কাৰ্য কৰা বুলি কয়৷