Home দেশমোদীৰ বিষয়াৰ ধমকত গ্ৰাহকক মিছা মাতিবলৈ বাধ্য হৈছিল iPhone নিৰ্মাতা ‘এপল’!

মোদীৰ বিষয়াৰ ধমকত গ্ৰাহকক মিছা মাতিবলৈ বাধ্য হৈছিল iPhone নিৰ্মাতা ‘এপল’!

by News Desk
A+A-
Reset
i-phone-apple-modi

চলিত বৰ্ষৰ ৩১ অক্টোবৰৰ পুৱা ৯.৩০ বজাত এটি টুইট কৰিছিল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাই। টুইটটোত মৈত্ৰাই লিখিছিল যে তেওঁ নিজৰ আইফোনত এপলৰ তৰফৰ পৰা এটি বিশেষ ‘ৱাৰ্ণিং মেছেজ’ লাভ কৰিছে। সাংসদগৰাকীয়ে টুইটটোত জনোৱা মতে এপলে তেওঁৰ ফোনটো ‘ষ্টেট স্পনছৰড’ অৰ্থাৎ ৰাষ্ট্ৰ নিয়ন্ত্ৰিত চোৰাংচোৱা ছফটৱেৰৰ জৰিয়তে হেক কৰিবলৈ চেষ্টা চলাইছে বুলি সতৰ্কবাণী প্ৰেৰণ কৰিছিল।

মহুৱাৰ লগতে শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী, কংগ্ৰেছ নেতা শশী থাৰুৰসহ কেবাগৰাকী বিৰোধী সাংসদ আৰু দুই-এগৰাকী সাংবাদিকেও এপলৰ তৰফৰ পৰা সতৰ্কবাণী লাভ কৰা বুলি জনাইছিল। সেই সময়ত চৰকাৰে ‘ষ্টেট স্পনছৰড’ হেকিঙৰ অভিযোগ পোনছাটেই অস্বীকাৰ কৰিছিল আৰু কৈছিল যে ‘এপলৰ এই সতৰ্কবাণীৰ আঁৰৰ কাৰণ জানিবলৈকে সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত কৰা হ’ব’।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0