Home দেশকলকাতাৰ পৰা ঢাকা-গুৱাহাটী হৈ যোৰহাটলৈ চলিব বাংলাদেশী জাহাজ

কলকাতাৰ পৰা ঢাকা-গুৱাহাটী হৈ যোৰহাটলৈ চলিব বাংলাদেশী জাহাজ

by News Desk
A+A-
Reset
modi khaleda

ডিজিটেল ডেস্কঃ কলকাতাৰ পৰা ঢাকা হৈ গুৱাহাটীলৈ যাত্ৰীবাহী জাহাজ সেৱা আৰম্ভ কৰা হ’ব বুলি ঘোষণা হোৱাৰ পিচতেই ভাৰত-বাংলাদেশৰ মাজত নৌ-পৰিবাহনৰ ক্ষেত্ৰত দিল্লী আৰু ঢাকাৰ মাজত আৰু কেবাখনো চুক্তি হোৱা বুলি জানিব পৰা গৈছে৷ ভাৰত আৰু বাংলাদেশৰ মাজৰ এই মজবুত বানিজ্যিক সম্পৰ্কৰ 
সুবাদতেই এইবাৰ বাংলাদেশে ভাৰতৰ কলিকতা আৰু হলদিয়া বন্দৰ ব্যৱহাৰ কৰিব পাৰিব৷ 

বৈদেশিক দপ্তৰৰ এক সূত্ৰ অনুসৰি ভাৰতে আগৰেপৰাই বাংলাদেশৰ চট্টগ্ৰাম আৰু মংলা বন্দৰ ব্যবহাৰ কৰি আহিছে৷ এতিয়া এই দুই বন্দৰৰ যোগেৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰলৈ পন্য-দ্ৰব্য যোগান ধৰিবলৈ দুয়োখন দেশ চুক্তিবদ্ধ হৈছে৷ ইয়াৰ উপৰিও দুয়োখন দেশৰ নদীবোৰৰ মাজত সংযোগ বৃদ্ধি কৰি বেপাৰ-বানিজ্য বৃদ্ধিৰ বাবে নদী সংস্কাৰৰ বিষয়েও দুয়োখন দেশৰ মাজত আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0