71
ডিজিটেল ডেক্সঃ ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰি আমেৰিকাই সোমবাৰে ছিয়াটেলত অৱস্থিত ৰুছ দূতাবাসটো বন্ধ কৰি দিয়াৰ লগতে ৬০ জন কূটনীতিকক বহিষ্কাৰ কৰিছে।
ব্ৰিটেইনৰ এজন প্ৰাক্তন চোৰাংচোৱাক ৰাছিয়াই বিষ খুৱাই হত্যা কৰা বুলি প্ৰকাশ পোৱাৰ পাছতে ইউৰোপীয় সংঘ আৰু আমেৰিকাই যৌথভাৱে ৰাছিয়াৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে।