52
ডিজিটেল ডেস্কঃ ভাৰত আৰু ইজৰাইলৰ সম্পৰ্কক এক নতুন দিশ প্ৰদান কৰিবলৈ সক্ষম হোৱা মোদীৰ তিনিদিনীয়া ভ্ৰমণসূচীত ইজৰাইল আৰু ভাৰতৰ মাজত পোনপটীয়া বিমানসেৱা মুকলি কৰাৰ কথা ঘোষণা কৰে মোদীয়ে।
বুধবাৰে তেল আভিভ কনভেঞ্চন চেণ্টাৰত এই ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে উপস্থিত ৫ হাজাৰৰো অধিক দৰ্শক। এই বিমানসেৱা দিল্লী-মুম্বাই-তেল আভিভৰ মাজত মুকলি কৰা হ’ব বুলি কয় মোদীয়ে।