Home দেশভাৰত নে পাকিস্তান? কাৰ লগত আছে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা?‎

ভাৰত নে পাকিস্তান? কাৰ লগত আছে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা?‎

by News Desk
A+A-
Reset
resizecom_shutterstock_2624919265

নতুন দিল্লী:  দ্বিতীয় মহাসমৰৰ পিছত সমগ্ৰ দেশত দুই মহাশক্তিৰ মাজত আৰম্ভ হৈছিল এক শীতল যুদ্ধ। শীতল ‎যুদ্ধৰ সেই সময়ছোৱাত দুবাৰকৈ যুদ্ধ হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত। সেই সময়ত কূটনৈতিক ‎দিশে নিৰ্দ্ধাৰণ কৰিছিল ৰাষ্ট্ৰসমূহৰ শক্তি আৰু ভৱিষ্যত। শক্তিশালী ৰাষ্ট্ৰৰ লগত থকা সম্পৰ্কই ‎দেখুৱাই দিছিল কাৰ হাত কিমান দীঘল। শীতল যুঁজৰ কালছোৱাত ১৯৬৫ আৰু ১৯৭১ চনত হৈছিল ‎ভাৰত পাকিস্তানৰ যুদ্ধ।

উল্লেখ্য কৰাৰ প্ৰয়োজন নাই যে শীতল যুদ্ধত আমেৰিকা নেতৃত্বাধীন মিত্ৰজোঁটৰ অংগ আছিল ‎পাকিস্তান আৰু ১৯৭৯ চনত আফগানিস্তান আক্ৰমণ কৰিছিল ছোভিয়েট সংঘই। ছোভিয়েটে ‎আফগানিস্তানত কমিউনিষ্ট চৰকাৰ প্ৰতিষ্ঠান কৰিবলৈ বিচাৰিছিল আৰু তাত ইছলামিক ‎মৌলবাদীসকলক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ বিচাৰিছিল। কিন্তু আমেৰিকাৰ প্ৰতিজ্ঞা আছিল ‎সাম্যবাদী শক্তিক দুৰ্বল কৰাৰ। যাৰ বাবে আফগানিস্তানৰ সমৰ্থনত থিয় হৈছিল আমেৰিকা। ‎আফগানিস্তানত ছোভিয়েটৰ ধৰাসায়ী কৰিবলৈ পাকিস্তানৰ পৰা সহায় লৈছিল আমেৰিকাই। পাকিস্তানে ‎আমেৰিকাৰ হৈ ছোভিয়েটৰ বিৰুদ্ধে থিয় হোৱাৰ বিনিময়ত আমেৰিকাৰ পৰা বিপুল পৰিমাণৰ সামৰিক ‎সাহাৰ্য লাভ কৰিছিল পাকিস্তানে। কেৱল নিজ স্বাৰ্থৰ বাবেই পাকিস্তানৰ লগত বন্ধুত্ব গঢ়িছিল ‎আমেৰিকাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0