ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাই ২০০৭ চনৰ হায়দৰাবাদৰ মক্কা মছজিদ বোমা বিস্ফোৰণৰ গোচৰৰ ৰায় প্ৰদান কৰি আৰএছএছ নেতা স্বামী অসীমানন্দক দোষ মুক্ত ঘোষণা কৰা ন্যায়াধীশ ৰবিন্দ্ৰ ৰেড্ডীয়ে পদত্যাগ কৰা বুলি খবৰ প্ৰচাৰ হৈছে৷ এনআইএৰ বিশেষ আদালতৰ ন্যায়াধীশ ৰবিন্দ্ৰ ৰেড্ডীয়ে মক্কা মছজিদ বোমা বিস্ফোৰণৰ গোচৰৰ ৰায় প্ৰদান কৰি তথ্যৰ অভাৱত ৫গৰাকী অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল৷
Special NIA judge Ravindra Reddy who delivered the #MeccaMasjidVerdict resigns. pic.twitter.com/ybxV2lHoAD