67
ডিজিটেল ডেস্কঃ বিদেশত নিৰুদ্দেশ হোৱা পুত্ৰক বিচাৰি এগৰাকী পিতৃয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিছে। ১৫ মাৰ্চত পুত্ৰৰ সৈতে শেষবাৰৰ বাবে কথা হৈছিল পিতৃয়ে। তাৰ পিছৰপৰা ফোন অফ, কোনো যোগাযোগ নাই পুত্ৰৰ সৈতে।
এই ঘটনা ঘটিছে এলাহবাদ এগৰাকী প্ৰযুক্তিকৰ্মীৰ। মাৰ্কিন যুক্তৰাষ্ট্ৰত কৰ্মৰত ৪০ বৰ্ষীয় প্ৰযুক্তি কৰ্মী দিলীপ কুমাৰ কেলিফৰ্ণিয়াৰ চেন জ’চত কৰ্মৰত আছিল।