67
গৰৈমাৰীঃ এগৰাকী প্ৰাক্তন সেনা বিষয়াক বাংলাদেশী বুলি সন্দেহ কৰি বিতৰ্কত সোমাই পৰিছে অসম আৰক্ষী।
ভাৰতীয় সেনা-বাহিনীত প্ৰায় ৩১ বছৰ সেৱা কৰি শত্ৰু পক্ষৰ পৰা দেশৰ ভূ-খণ্ডক ৰক্ষা কৰাৰ বাবে অতন্দ্ৰ প্ৰহৰী ৰূপে কাম কৰি অৱশেষত বিদেশী বুলি অপমান সহিব লগা হৈছে সেনা বিষয়াগৰাকীয়ে। এই ঘটনা সংঘটিত হৈছে কামৰূপৰ বকোত।