63
newsnextone.com | ডিজিটেল ডেস্কঃ ক্ষমতাত আহিলে বিদেশৰ পৰা দেশলৈ কলা ধন ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়া নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ কাৰ্যকালতে দেশৰ পৰা বৃহৎ সংখ্যাক ধন বিদেশত জমা হৈছে৷
কলা ধন দেশলৈ আনিম বুলি বৰ বৰ প্ৰতিশ্ৰুতি দিয়া মোডীৰ কাৰ্যকালতে টকা ঘুৰাই অনা দুৰৰ কথা চুইজ বেংকত ভাৰতীয় টকা জমা কৰাৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি হৈছে৷ চুইজ বেংকে এক প্ৰতিবেদনত ভাৰতীয় টকা বিগত বছৰত ৫০ শতাংশ জমা বৃদ্ধি হৈছে বুলি কয়৷