56
ডিজিটেল ডেস্কঃ ট্ৰাম্পক সুখী কৰিবলৈ গৈয়ে ভাৰতীয় প্ৰতিষ্ঠানে অপসাৰিত কৰিবলৈ সাজু হৈছে ভাৰতীয় চাকৰিয়ালক। মাৰ্কিন প্ৰশাসনক সন্তুষ্ট কৰিবলৈয়েই এতিয়াৰ পৰা ইনফোচিচ পৰা আঁতৰোৱা হ’ব ভাৰতীয় কৰ্মচাৰী৷
ট্ৰাম্প চৰকাৰক সন্তুষ্ট কৰিবলৈ প্ৰতিষ্ঠানটোত ১০ হাজাৰ আমেৰিকানক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে৷ আমেৰিকানসকলৰ বাবে এইটো ভাল খবৰ হ’লেও ভাৰতীয়সকলৰ বাবে দুখৰ বাতৰিৰূপে পৰিগণিত হৈছে উক্ত ঘোষণা৷