Home দেশভাৰতত বৃদ্ধি ক্ৰেডিট কাৰ্ড আসক্তি! দেশৰ অৰ্থনীতিৰ বাবে এয়া ভাল নে কাল?

ভাৰতত বৃদ্ধি ক্ৰেডিট কাৰ্ড আসক্তি! দেশৰ অৰ্থনীতিৰ বাবে এয়া ভাল নে কাল?

by News Desk
A+A-
Reset
credit card

আপুনি বা আপোনাৰ আপোনজনে শ্বপিং কৰি ভাল পায় নেকি? অনলাইনত পছন্দৰ মোবাইলটো, ঘড়ীটো বা ভাল লগা কাপোৰযোৰ কিনিবলৈ বিচাৰি পইচাৰ বাবে থমকি ৰ’বলগীয়া হয় নেকি? যদি হয়, তেন্তে এনে সময়ত আপোনাৰ মনত ক্ৰেডিট কাৰ্ড লোৱাৰ ইচ্ছা হোৱাটো স্বাভাৱিক। আৰু এনে সময়তে যদি আপোনালৈ এটা ফোনকল আহে- নমস্কাৰ মই অমুক বেংকৰ পৰা কৈছোঁ। আপুনি ক্ৰেডিট কাৰ্ড বিচাৰে নেকি….?

হাতত জমা ধন নাথাকিলেও যি মন যায় তাকেই কিনিবলৈ সক্ষম কৰি তোলে এই ক্ৰেডিট কার্ডে। সেয়ে বর্তমান সময়ত বৃদ্ধি পাইছে ক্ৰেডিট কাৰ্ডৰ চাহিদা। চহৰৰ বজাৰখন ইণ্টাৰনেটলৈ স্থানান্তৰিত হোৱাৰ ফলত ক্ৰেডিট কাৰ্ড এতিয়া বজাৰ কৰি ভালপোৱা বহুতৰে বাবে জীৱনৰ এক অংগস্বৰূপ হৈ পৰিছে। কিন্তু নিউটনৰ তৃতীয় গতিসূত্ৰটো যেন এই ক্ৰেডিট কাৰ্ডৰ সৈতেও প্ৰযোজ্য। ক্ৰেডিট কার্ডে ব্যয় যিমান সহজ কৰি তুলিছে তাতকৈ বেছি বিষময় কৰি তুলিছে বহু গ্ৰাহকৰ জীৱন। ক্ৰেডিট কাৰ্ড লৈ সময়মতে বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবেই বহুতে বিল আদায় কৰা এজেন্টৰ দ্বাৰা শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0