Home দেশযাত্ৰীক এৰি থৈ উৰা মাৰিলে ইণ্ডিগ’ৰ বিমান

যাত্ৰীক এৰি থৈ উৰা মাৰিলে ইণ্ডিগ’ৰ বিমান

by News Desk
60 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ঘৰৰ পৰা লৰালৰিকৈ ওলাই গলে সাধাৰণতে আমি কিবা নহয় কিবা এপদ লবলৈ পাহৰি যাও৷ কেতিয়াবা ঘৰৰ চাবি, কেতিয়াবা আকৌ মানিবেগ৷ কিন্তু সেই ঘটনা যদি ৰেল, বাছগাড়ী আৰু বিমানৰ ক্ষেত্ৰত হয় তেতিয়াহলে আপুনি কি ক’ব? হয়, সেই কেনে ঘটনাই ঘটিল গোৱাত। গোৱাত ১৪ গৰাকী যাত্ৰীক এৰি উৰা মাৰিলে এখন বিমানে৷ সোমবাৰে ইণ্ডিগ’j গোৱা-হায়দৰাবাদ বিমানখন ১৪গৰাকী যাত্ৰীক গোৱা বিমানবন্দৰত এৰি থৈ সময়ৰ পূ্ৰ্বেই উৰা মাৰিলে বিমান খনে৷

যাত্ৰীসকলে অভিযোগ উত্থাপন কৰি কোনোধৰনৰ ঘোষণা নোহোৱাকৈয়ে নিৰ্দিষ্ট সময়ৰ পূৰ্বেই বিমানখন উৰা মাৰে বুলি কয়৷ কিন্তু এই দিশত ইণ্ডিগ’ৰ মুখপাত্ৰই অভিযোগ অস্বীকাৰ কৰে৷ তেওঁ জনায় যে, সংস্থাৰ তৰফৰ পৰা বিমানবন্দৰত  যাত্ৰীসকলৰ উদ্দেশ্যে বহুবাৰ ঘোষণা কৰা হৈছে৷ উল্লেখ্য, সোমবাৰ ইণ্ডগ’ৰ বিমান 6E-259 উৰা মৰাৰ নিৰ্দিষ্ট সময় আছিল নিশা ১০.৫০ বজাত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0