56
ডিজিটেল ডেস্কঃ গৰ্ভজাত সন্তানৰ হত্যাৰ অভিযোগত বন্দীশালত দিন কটোৱা ইন্দ্ৰাণী মুখাৰ্জীৰ হাতত আছে জেইল কৰ্তৃপক্ষই কয়দীৰ ওপৰত চলোৱা যৌন আতিশায্যৰ প্ৰমাণ।
কয়দীৰ হৈ একপ্ৰকাৰ আন্দোলনকাৰীৰ ৰূপ লোৱা কন্যাহন্তা মুখাৰ্জী মুম্বাইৰ বাইকুল্লা কাৰাগাৰত থকা অৱস্থাতে এসপ্তাহ আগতে এগৰাকী কয়দীৰ মৃত্যুৰ পিছতে এই ভাষ্য ইন্দ্ৰানীৰ।