54
বিহালীঃ অসমীয়া জাতিৰ প্ৰতিবাদ শুনিও নুশুনা অহংকাৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ উদ্ধোধন কৰিলে ৰাজ্যৰ দ্বিতীয়খন পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়৷
অসমে কাহানিও নাম নুশুনা এজন ব্যক্তিৰ নামেৰে নামকৰণ কৰিব খোজা বিষয়টোক লৈ ৰাজ্যজুৰি চলা তীব্ৰ প্ৰতিবাদক আওকান কৰি হিমন্তই প্ৰমাণ কৰিলে যে অসমত মদগৰ্বী মন্ত্ৰীগৰাকীৰে ৰাজত্ব চলে৷