Home ৰাজ্যনগাঁৱত বেজী আতংক, বাটমাৰী হাইডুবী মোক্তাব বিদ্যালয়ৰ খিৰিকীৰে পলায়ণ ছাত্ৰ-ছাত্ৰীৰ

নগাঁৱত বেজী আতংক, বাটমাৰী হাইডুবী মোক্তাব বিদ্যালয়ৰ খিৰিকীৰে পলায়ণ ছাত্ৰ-ছাত্ৰীৰ

by News Desk
53 views
A+A-
Reset

newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ৩১২ নং বাটমাৰী হাইডুবী মোক্তাৱৰ ছাত্ৰ-ছাত্ৰী সকলে মঙলবাৰে বেজিৰ আতংকত বিদ্যালয়ৰ পৰা পলায়ন কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চৰকাৰৰ স্বাস্থ্য বিভাগে শিক্ষা বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত যোৱা ১৭ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈকে সমগ্ৰ অসমত ৯ মাহৰ পৰা ১৫ বছৰৰ সকলো শিশু আৰু কিশোৰ-কিশোৰীক এমআৰ ভেকচিন দিয়াৰ এক বৃহৎ কাৰ্যসূচী গ্ৰহন কৰিছে৷ 

বৰ্তমান সমগ্ৰ ৰাজ্যতে এই কাৰ্যসূচী পৰ্যায়ক্ৰমে অব্যাহত আছে৷ ভাৰতবৰ্ষৰ ৯ মাহৰ পৰা ১৫ বছৰ বয়সৰ সকলো শিশু আৰু কিশোৰ-কিশোৰীক ২০২০ চনৰ ভিতৰত মিজেল্‌ছ আৰু ৰুবেলা ৰোগৰ পৰা মুক্ত কৰা লক্ষ্যৰে ৰূপায়ণ কৰি থকা এই “মিজেল্‌ছ ৰুবেলা টীকাকৰণ অভিযান”ৰ কাৰ্য্যসূচীৰ অংশ হিচাপে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সমূহ বিদ্যালয় আৰু অংগনাবাড়ী কেন্দ্ৰত পুৰ্ণদ্যমে চলাই থকা হৈছে এই টিকাকৰণ অভিযান৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0