42
newsnextone.com | কাৰ্বি আংলংঃ বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়৷ এই যোগ দিৱস পালনৰ এখন ফটোই এতিয়া সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷
বৃহত্তৰ অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ তথা অসমীয়াৰ পৰিচয় গামোচাৰ ওপৰত থিয় হৈ যোগাসন কৰা এখন ফটো ছ’চিয়েল মাধ্যম যোগে প্ৰচাৰ হোৱাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷