68
ডিজিটেল ডেস্কঃ আজি সমগ্ৰ দেশতে তৃতীয় আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপিত হয়৷ দেশৰ বিভিন্ন প্ৰান্তত যোগ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানত যোগ কৰে লক্ষাধিক লোকে৷
সাধাৰণ লোকক অনুপ্ৰাণিত কৰিবলৈ লক্ষ্নৌত যোগাসনৰ কাৰ্যসূচীত ভাগ লয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰীৰ লগত যোগ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ লক্ষ্নৌত আম্বেদকাৰ সভা স্থলত বৰষুণৰ মাজতো শিশুৰ মাজত যোগ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷