59
ডিজিটেল ডেস্কঃ সৰ্বস্ব ত্যাগ কৰাৰ পিছতো মণিপুৰী জনতাই উপেক্ষা কৰিলেও ন্যায়পালিকাই বিবাহৰ উপহাৰ আগবঢ়াইছে ইৰম শৰ্মিলাক। স্ব-ৰাজ্যৰ জনতাক সেনাৰ অত্যাচাৰৰ পৰা ৰক্ষাৰ্থে ১৫ বছৰজুৰি উপবাস খটা লৌহমানৱী বৰ্তমান সাজু হৈছে সংসাৰ তৰিবলৈ।
ব্ৰিটিছ প্ৰেমিক ডেছমণ্ড ক’টিনহোৰ সৈতে বিবাহত বহিবলৈ প্ৰস্তুত ইৰম। কিন্তু ক’টিনহো বিদেশী বাবে হিন্দু আইনৰ অধীনত বিবাহ পঞ্জীয়নত তেওঁ অসুবিধাৰ সন্মুখীন হৈছে।