125
নতুন দিল্লীঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰ’ই সোমবাৰে পুৱা শ্ৰীহৰিকোটাৰপৰা ২৮ টা বিদেশী ৰাষ্ট্ৰৰ উপগ্ৰহৰ লগতে ইলেক্ট্ৰ’নিক ইণ্টেলিজেন্স ছেটেলাইট EMISAT মহাকাশলৈ প্ৰক্ষেপ কৰে।
ভাৰতে এণ্টি-ছেটেলাইট (A-SAT) ক্ষেপনাস্ত্ৰ ‘মিছন শক্তি’ৰ সফল পৰীক্ষণৰ ছদিনৰ পাছতে ইছৰ’ই প’লাৰ ছেটেলাইট লন্স ভেহিকল (PSLV C-45)ৰদ্বাৰা এই অভিযান চলায়।