70
চন্দ্ৰযান-২ৰ সফল উৎক্ষেপণৰ অন্তত সমগ্ৰ দেশবাসী অধীৰ অপেক্ষাৰে ৰৈ আছিল বিক্ৰম লেণ্ডাৰৰ সঠিক অৱতৰণলৈ। কিন্তু বিশেষ কাৰিকৰী কাৰণত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ বাংগালুৰুস্থিত কেন্দ্ৰৰ সৈতে চন্দ্ৰপৃষ্ঠলৈ মাত্ৰ ২.১ কিলোমিটাৰ থকা অৱস্থাতে ৭ ছেপ্টেম্বৰৰ মাজ নিশা প্ৰায় সংযোগ বিচ্ছিন্ন ঘটে।