Home দেশজম্মু-কাশ্মীৰৰ বাৰামলাত আইডি বিস্ফোৰণ, নিহত ৪ আৰক্ষী

জম্মু-কাশ্মীৰৰ বাৰামলাত আইডি বিস্ফোৰণ, নিহত ৪ আৰক্ষী

by News Desk
53 views
A+A-
Reset

ডিজিটেল ডেস্কঃ পুণৰ উগ্ৰপন্থীৰ আক্ৰমণে জোকাৰি গ’ল জম্মু-কাশ্মীৰক। শনিবাৰে পুৱা বাৰামুলা জিলাৰ সোপোৰত এক আইডি বিস্ফোৰণ কাণ্ড সংঘটিত হয়। আক্ৰমণত মৃত্যু হয় ৪গৰাকী আৰক্ষীৰ। আৰক্ষী সুত্ৰে প্ৰকাশ যে, শক্তিশালী এই বিস্ফোৰণৰ আঁৰত কোনো উগ্ৰপন্থী সংগঠন জৰিত হৈ আছে যদিও এতিয়ালৈকে কোনেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

উল্লেখ্য, এই বিস্ফোৰণত ৪ আৰক্ষীৰ লোক নিহত হোৱাৰ উপৰিওঁ সোপোৰ বজাৰৰ তিনিখন দোকান সম্পূৰ্ণৰূপে ভস্মিভূত হয়। ইফালে এই আক্ৰমণৰ পিছতে সমগ্ৰ অঞ্চলটোতে তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। তদুপৰি উক্ত ঘটনাত গভীৰ দুখঃপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে৷    

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0