Home ৰাজ্যএক শৰণ ভাগৱতী সমাজ বটদ্ৰৱা আঞ্চলিকৰ ৩৮ সংখ্যক মহাপালনামৰ আয়োজন

এক শৰণ ভাগৱতী সমাজ বটদ্ৰৱা আঞ্চলিকৰ ৩৮ সংখ্যক মহাপালনামৰ আয়োজন

by News Desk
A+A-
Reset

জাজৰিঃ শংকৰদেৱ বঁটা প্ৰাপক, বিশিষ্ট বৈষ্ণৱ পণ্ডিত, আচাৰ্য প্ৰয়াত ইলাৰাম দাসে প্ৰচাৰ কৰা অসমৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান এক শৰণ ভাগৱতী সমাজৰ বটদ্ৰৱা আঞ্চলিক শাখাৰ ৩৮ সংখ্যক মহাপালনাম আৰু বাৰ্ষিক অধিৱেশনখনি অহা ২৯ আৰু ৩০ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে আঞ্চলিকখনৰ অন্তৰ্গত বোৱালগুৰি আদৰ্শগাঁও বৰনামঘৰ প্ৰাংগনত আয়োজন কৰা হৈছে।

কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলনেৰে দুদিনীয়া কাৰ্যসূচীৰ আৰম্ভণি কৰিব আঞ্চলিকৰ সভাপতি পূৰ্ণকান্ত দাসবাপে। পুৱা ৯ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, ১০ বজাত দুৰণিবটীয়া ভকতসকলক আদৰণি, ১১ বজাত খোল-প্ৰসংগ, নাম-প্ৰসংগ আৰু বিয়লি ২ বজাত ধৰ্মালোচনী সভা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0