60
newsnextone ৯অক্টোবৰ জাগীৰোডঃ জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুইকাষে থকা চৰকাৰী ভূমিত আজি মৰিগাঁও জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। জাগীৰোডৰ শিলভঙাত ৰাষ্ট্ৰীয় ঘাইপথৰ দুইকাষে দীৰ্ঘদিন ধৰি সন্দেহযুক্ত নাগৰিকে অবৈধ ভাবে বেদখল কৰি আহিছিল। উচ্ছেদৰ সময়ত মৰিগাঁও জিলা প্ৰশাসনে শিলভঙাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুইকাষে চৰকাৰী ভূমিত থকা কেইবাটাও অবৈধ বাসগৃহ ভাঙি উচ্ছেদ কৰে ।
