52
জাগীৰোডঃ কাশ্মীৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমনত দেশৰ নিৰাপত্তাৰক্ষীৰ ৪৪ জন জোৱান অতি কৰুণভাৱে নিহত হোৱা ঘটনাত সমগ্ৰ দেশতে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে উঠিছে প্ৰতিবাদৰ জোৱাৰ।
এই প্ৰতিবাদৰ অংশ স্বৰূপে শুকুৰবাৰে সন্ধিয়া জাগীৰোডত মৰিগাঁও জিলা বিজেপি যুৱ মৰ্চা আৰু মায়ং মণ্ডলৰ কৰ্মকৰ্তা সকলে পাকিস্তানৰ পতাকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।