তিৱা লোকবাদ্য শিল্পী মুকুন্দ টেৰনলৈ মুক্তিযুঁজাৰু কমল মহন্ত সোঁৱৰণী জীৱনজোৰা...

Home ৰাজ্যতিৱা লোকবাদ্য শিল্পী মুকুন্দ টেৰনলৈ মুক্তিযুঁজাৰু কমল মহন্ত সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা

তিৱা লোকবাদ্য শিল্পী মুকুন্দ টেৰনলৈ মুক্তিযুঁজাৰু কমল মহন্ত সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা

by News Desk
72 views
A+A-
Reset

জাগীৰোডঃ তিৱা লোকবাদ্য শিল্পী মুকুন্দ টেৰনক বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰই এইবৰ্ষৰ  মুক্তিযুঁজাৰু কমল মহন্ত সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে। 

শুকুৰবাৰে নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ খেলপথাৰত অনুস্থিত হোৱা বিহুৰ কৰ্মশালা আৰু থাইলেণ্ডৰ লোকনৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত, বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰ আৰু জিএলপি ছ’চিয়েল চাৰ্কলৰ সহযোগত তিৱা লোকবাদ্য শিল্পী মুকুন্দ টেৰনক তিৱা লোক সংস্কৃতিত আগবঢ়াই অহা অবদানৰ বাবে  মুক্তিযুঁজাৰু কমল মহন্ত সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0