বনাঞ্চল বেদখল, উত্তপ্ত সীমান্তৱৰ্তী জাগুন

Home ৰাজ্যবনাঞ্চল বেদখল, উত্তপ্ত সীমান্তৱৰ্তী জাগুন

বনাঞ্চল বেদখল, উত্তপ্ত সীমান্তৱৰ্তী জাগুন

by News Desk
60 views
A+A-
Reset

মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুনৰ নামফাই-নামচিক সংৰক্ষিত বনাঞ্চলত যোৱা ২৩ জুলাইত বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বানাক্ৰান্তৰ পৰিচয়েৰে বনাঞ্চলখনত ব্যাপক বেদখল কাৰ্য্যৰে বনধ্বংস যজ্ঞ চলাই থকা লোকসকলৰ সপক্ষে মন্তব্য প্ৰকাশ কৰাৰ পিছতে ৰাইজৰ প্ৰতিবাদেৰে জ্বলি উঠিছে সীমান্তৱৰ্তী অঞ্চল জাগুন।

যোৱা ২৪ জুলাইত স্থানীয় ৰাইজে পথ অৱৰোধ কৰাৰ পিছত আজি পুৱা দহ বজাৰ পৰা পুনৰ তাই আহোম যুৱ পৰিষদৰ নেতৃত্বত স্থানীয় দল-সংগঠন আৰু ৰাইজৰ সহযোগত জাগুণ বজাৰৰ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা তিনি ঘন্টা ধৰি অৱৰোধৰ লগতে বনমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আৰু টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0