59
মঙলদৈঃ মঙলদৈ জিলা কাৰাগাৰত সুৰক্ষিত নে কয়দী? আজি এগৰাকী কয়দীৰ জেলখনৰ এটি নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পাছতে এই প্ৰশ্ন উত্থাপিত হৈছে।
মঙলদৈ টাউনস্থিত কাৰাগাৰৰ ভিতৰৰ পানী বৈ থকা এটি নলাত পৰি থকা অৱস্থাত গোলাপ হুছেইন(৩৭) নামৰ কয়দী গৰাকীক অন্য কয়দীয়ে প্ৰত্যক্ষ কৰে৷